Header Ads

কাৰ্য কাক বোলে? নাইবা কাৰ্যৰ সংজ্ঞা দিয়া? কাৰ্যৰ এছ আই একক কি?

প্ৰশ্ন : কাৰ্য কাক বোলে? নাইবা কাৰ্যৰ সংজ্ঞা দিয়া? কাৰ্যৰ এছ আই একক কি?

উত্তৰ : কোনো বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰি বলৰ প্রয়োগবিন্দুৰ স্থানান্তৰ হলে কার্য কৰা হৈছে বুলি কোৱা হয়।

কাৰ্যৰ এছ আই একক হল = জুল [ নিউটন × মিটাৰ ]

কাৰ্য ভেক্টৰ ৰাশি।

No comments

Thanks....

Theme images by Galeries. Powered by Blogger.