Electricity - বিদ্যুত Class 10 Science, NCERT
• Charge is a fundamental particle in an atom. It may be positive or negative.
• আধান হৈছে পৰমাণুৰ মৌলিক কণা।আধান ধনাত্মক বা ঋনাত্মক হব পাৰে।
• Like charges repel each other.
• একে (সদৃস) ধৰণৰ আধানে বিকৰ্ষণ কৰে।
• Unlike charges attract each other.
• বিসদৃস আধানে আকৰ্ষণ কৰে।
Coulomb (C) : S. I. unit of charge
আধানৰ এছ আই একক “কুলম্ব” আৰু ইয়াক “C” বুজোৱা হয়।
Current (I) : The rate of flow of charge is called current.
Current (I) : The rate of flow of charge is called current.
S. I. unit of current = Ampere (A)
1 µA = 10−6 A
বিদ্যুত প্ৰবাহ : কোনো এডাল পৰিবাহীৰ মাজেৰে
চালিত ইলেক্ট্ৰনৰ সোঁতকে বিদ্যুত প্ৰবাহ বোলে।
• আধান হৈছে পৰমাণুৰ মৌলিক কণা।আধান ধনাত্মক বা ঋনাত্মক হব পাৰে।
• Like charges repel each other.
• একে (সদৃস) ধৰণৰ আধানে বিকৰ্ষণ কৰে।
• Unlike charges attract each other.
• বিসদৃস আধানে আকৰ্ষণ কৰে।
Coulomb (C) : S. I. unit of charge
আধানৰ এছ আই একক “কুলম্ব” আৰু ইয়াক “C” বুজোৱা হয়।
Where Q = Charge (total)
n = No. of electrons


1 A = 1 Cs−1
1 mA = 10−3 A
|
Current is measured by Ammeter.
Ammeter
has low resistance and always connected in series.
Direction of current is taken opposite
to flow of electrons as electrons were not known at the time when the phenomenon of
electricity was discovered first and current was considered to be flow of
positive charge.
বিদ্যুত প্ৰবাহৰ এছ আই একক হ’ল – এম্পিয়াৰ (A)।
1 A = 1 Cs−1
1 mA = 10−3 A
|
1 µA = 10−6 A
বিদ্যুত প্ৰবাহ এমিটাৰৰ সহায়ত জোখা হয়। ইয়াক
প্ৰবাহ জুখিব লগা বৰ্তণীটোত সদায় শ্ৰেণীবদ্ধবাবে সংযোগ কৰা হয়।
No comments
Thanks....