Header Ads

অসমৰ মূখ্যমন্ত্ৰীসকলৰ তালিকা

প্ৰশ্ন : অসমৰ মূখ্যমন্ত্ৰীসকলৰ তালিকা

ক্ৰমিক নংআলোকচিত্ৰনামকাৰ্যকাল আৰম্ভণিকাৰ্যকাল সমাপ্তি
Gopinath bordoloi.jpg
গোপীনাথ বৰদলৈ১১ ফেব্ৰুৱাৰী, ১৯৪৬৬ আগষ্ট, ১৯৫০
Bisnu ram medhi.jpg
বিষ্ণু ৰাম মেধি৯ আগষ্ট, ১৯৫০২৭ ডিচেম্বৰ, ১৯৫৭
B p chaliha.png
বিমলা প্ৰসাদ চলিহা২৮ ডিচেম্বৰ, ১৯৫৭৬ নৱেম্বৰ, ১৯৭০
Mahendra mohan choudhury.jpg
মহেন্দ্ৰ মোহন চৌধুৰী১১ নৱেম্বৰ, ১৯৭০৩০ জানুৱাৰী, ১৯৭২
CM SC Sinha.png
শৰত চন্দ্ৰ সিংহ৩১ জানুৱাৰী, ১৯৭২১২ মাৰ্চ, ১৯৭৮
Golap Borbora.jpg
গোলাপ বৰবৰা১২ মাৰ্চ, ১৯৭৮৪ চেপ্তেম্বৰ, ১৯৭৯
J.n.hazarika.png
যোগেন্দ্ৰ নাথ হাজৰিকা৯ চেপ্তেম্বৰ, ১৯৭৯১১ ডিচেম্বৰ, ১৯৭৯
A taimur.png
চৈয়দা আনোৱাৰা টাইমূৰ৬ ডিচেম্বৰ, ১৯৮০৩০ জুন, ১৯৮১
K gogoi.png
কেশৱ চন্দ্ৰ গগৈ১৩ জানুৱাৰী, ১৯৮২১৯ মাৰ্চ, ১৯৮২
১০
Hiteswar saikia.jpg
হিতেশ্বৰ শইকীয়া (প্ৰথমবাৰ)২৭ ফেব্ৰুৱাৰী, ১৯৮৩২৩ ডিচেম্বৰ, ১৯৮৫
১১
P k mahanta.jpg
প্ৰফুল্ল কুমাৰ মহন্ত (প্ৰথমবাৰ)২৪ ডিচেম্বৰ, ১৯৮৫২৭ নৱেম্বৰ, ১৯৯০
১২
Hiteswar saikia.jpg
হিতেশ্বৰ শইকীয়া (দ্বিতীয়বাৰ)৩০ জুন, ১৯৯১২২ এপ্ৰিল, ১৯৯৬
১৩
B. barman.png
ভূমিধৰ বৰ্মন (ভাৰপ্ৰাপ্ত)২২ এপ্ৰিল, ১৯৯৬১৪ মাৰ্চ, ১৯৯৬
১৪
P k mahanta.jpg
প্ৰফুল্ল কুমাৰ মহন্ত (দ্বিতীয়বাৰ)১৫ মে', ১৯৯৬১৭ মে', ২০০১
১৫
Tarun Gogoi - Kolkata 2013-02-10 4891 Cropped.JPG
তৰুণ গগৈ (প্ৰথমবাৰ)১৭ মে', ২০০১১৪ মে', ২০০৬
১৬
Tarun Gogoi - Kolkata 2013-02-10 4891 Cropped.JPG
তৰুণ গগৈ (দ্বিতীয়বাৰ)১৪ মে', ২০০৬১৭ মে', ২০১১
১৭
Tarun Gogoi - Kolkata 2013-02-10 4891 Cropped.JPG
তৰুণ গগৈ (তৃতীয়বাৰ)১৮ মে', ২০১১বৰ্তমানলৈ (মে ২০১৫)

No comments

Thanks....

Theme images by Galeries. Powered by Blogger.